5 Ways to ask for directions from someone(কাৰোবাক ঠিকনা সোধাৰ 5টা ধৰণ):
1. Hey, could you please tell me the way to Gandhi circle? I am new to this city and unable to locate it.
(হেই, আপুনি মোক গান্ধী চাৰ্কলৰ ৰাস্তা ক’ব পাৰিবনে?মই এই চহৰত নতুন আৰু মই ইয়াৰ ঠিকনা বিচাৰি পোৱা নাই. )
2. Hello, could you please guide me to this address?
(হেল্লো, অনুগ্ৰ্হ কৰি আপুনি মোক এই ঠিকনাৰ বিষয়ে ক’ব পাৰিবনে?)
3. Hi Neha, this is Rajiv. Thank you for your invite yesterday. I wanted to know the directions for the venue. Could you explain the same to my cousin?
(হাই নেহা, মই ৰাজীৱে কৈ আছোঁ. মোক কালি আমন্ত্ৰিত কৰা বাবে ধন্যবাদ. মই সেইস্থানলৈ যাবলৈ ৰাস্তাৰ বিষয়ে জানিব বিচাৰিছো. আপুনি সেইবিষয়ে মোৰ ভাইটিক বুজাই দিব নে?
4. Hey, I think I have taken a wrong turn. I am near the Oberai mall. Could you guide me to your place from here?
(হেই, মোৰ এনেকুৱা লাগিছে যে মই ভুল দিশে গৈছো. মই ম’লৰ ওচৰত আছোঁ. আপুনি মোক ইয়াৰ পৰা আপোনাৰ ঠাইলৈ পথ প্ৰদৰ্শন কৰিব পাৰিবনে?)
5. Hello Ajay, I am on my way to your office. Could you tell me a few landmarks as I am not well aware with the area?
(হেল্লো অজয়, মই আপোনাৰ অফিচ আহিবলৈ বাটতে আছোঁ. আপুনি মোক কিবা লেণ্ডমাৰ্ক ক’ব পাৰিব নেকি, কিয়নো মই এই ঠাইডোখৰৰ লগত ভালদৰে পৰিচিত নহয়. )